অসম

assam

By

Published : Oct 4, 2020, 1:41 PM IST

ETV Bharat / state

হঠাৎ খহি পৰিল কচুৱা-কাৰ্বি আংলং সংযোগী পকী দলং

শনিবাৰে নিশা হঠাৎ খহি পৰে কচুৱা-কাৰ্বি আংলং সংযোগী গড়কাপ্তানি পথত থকা পকী দলঙৰ এটা অংশ ৷ বৰ্তমান দলং খনৰে সম্পূৰ্ন ৰূপে বন্ধ হৈ পৰিছে যাতায়ত ৷

Barhampur concrete bridge collapse
হঠাৎ খহি পৰিল কচুৱা-কাৰ্বিআংলং সংযোগী পকী দলং

বঢ়মপুৰ, 4 অক্টোবৰঃ বছৰৰ সপ্তমটো বানে নগাঁও জিলাৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চল প্লাবিত কৰাৰ পাছত এতিয়া অঞ্চল সমূহত বৃদ্ধি পাইছে খহনীয়া ৷ ইয়াৰ মাজতে শনিবাৰে নিশা হঠাৎ খহি পৰে কচুৱা-কাৰ্বিআংলং সংযোগী গড়কাপ্তানি পথত থকা পকী দলঙৰ এটা অংশ ৷ বৰ্তমান দলং খনৰে সম্পূৰ্ন ৰূপে বন্ধ হৈ পৰিছে যাতায়ত ৷ কিন্তু দলঙখন পৰিদৰ্শনৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱা নাই বিভাগীয় কৰ্তৃপক্ষ ৷ ইয়াকে লৈ এতিয়া ক্ষুদ্ধ হৈ পৰিছে ৰাইজ ৷

হঠাৎ খহি পৰিল কচুৱা-কাৰ্বিআংলং সংযোগী পকী দলং

ABOUT THE AUTHOR

...view details