অসম

assam

ETV Bharat / state

নোহোৱা নোপোজা এটা ঘটনা... - MINISTER PIJUSH HAZARIKA

আপুনি পথ বন্ধ শুনিছে  সামগ্ৰী শেষ হোৱাৰ বাবে দোকান বন্ধ দিয়া শুনিছে দুৰ্বল হোৱাৰ বাবে দলং বন্ধ থকা শুনিছে... আপুনি শুনি শুনি অভ্যস্ত হৈছে অসম বন্ধৰ কথাও....

.চাওক আচল কথাটো কি

By

Published : Jul 24, 2019, 7:57 PM IST

কিন্তু আমি দেখুৱাম এটা আজৱ বন্ধ ৷ চিকিৎসক নথকাৰ সাময়িকভাৱে বন্ধ দিয়া হৈছে এটা স্বাস্থ্য কেন্দ্ৰ...চাওক আচল কথাটো কি...

নোহোৱা নোপোজা এটা ঘটনা...

ABOUT THE AUTHOR

...view details