নগাঁও,26 অক্টোবৰ: সোমবাৰে সমাপ্ত হ’ল শাৰদীয় দুৰ্গোৎসৱ ৷ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক দশমীৰ দিনা বিদায় দিয়াতো চিৰাচৰিত নিয়ম ৷ ভক্তসকলে অশ্ৰুসিক্ত নয়নৰে দেৱী মা-ক বিদায় দিবলৈ সাজু হৈ পৰিল নগাঁৱতো ৷ নগাঁৱৰ বাঙালী পূজা সমিতিতো সোমবাৰে দেখা যায় একে পৰিৱেশ ৷ এইবেলি 127 বছৰ পূৰ্ণ কৰা নগাঁৱৰ এই বাঙালী পূজা সমিতিৰ সদস্যসকলে সম্পূৰ্ণৰূপে কোভিড প্ৰট’কল মানি পালন কৰে বিসৰ্জনৰ কাৰ্যসূচী ৷
দেৱী বিসৰ্জনৰ বাবে সাজু নগাঁৱৰ বাঙালী পূজা সমিতি
দেৱী বিসৰ্জনৰ বাবে সাজু নগাঁৱৰ বাঙালী পূজা সমিতি ৷ অশ্ৰুসিক্ত নয়নেৰে দেৱী মা-ক বিদায় দিবলৈ সাজু হৈ পৰিল নগাঁৱবাসী ৷
দেৱী বিসৰ্জনৰ বাবে সাজু নগাঁৱৰ বাঙালী পূজা সমিতি
TAGGED:
বাঙালী পূজা সমিতি