অসম

assam

ETV Bharat / state

কলিয়াবৰত ঔষধ আৰু ব্ৰয়লাৰ কঢ়িওৱা গাড়ীৰ মাজত সংঘৰ্ষ - কলিয়াবৰত ঔষধ আৰু ব্ৰয়লাৰ কঢ়িওৱা গাড়ীৰ মাজত সংঘৰ্ষ

বৃহস্পতিবাৰে কলিয়াবৰত ঔষধ আৰু ব্ৰয়লাৰ কঢ়িওৱা গাড়ীৰ মাজত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷

road acccident at kaliabor
কলিয়াবৰত ঔষধ আৰু ব্ৰয়লাৰ কঢ়িওৱা গাড়ীৰ মাজত সংঘৰ্ষ

By

Published : Apr 16, 2020, 4:38 PM IST

কলিয়াবৰ 16 এপ্ৰিল:দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ প্ৰথম দিনতোৰ বুধবাৰে নিশা বুঢ়াপাহাৰৰ 37 নং ৰাষ্টীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ ব্ৰয়লাৰ মূৰ্গী কঢ়িওৱা AS-01HC-1862 আৰুAS-25CC-2922 নম্বৰৰ ঔষধ কঢ়িওৱা গাড়ীখনত খুন্দিওৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

কলিয়াবৰত ঔষধ আৰু ব্ৰয়লাৰ কঢ়িওৱা গাড়ীৰ মাজত সংঘৰ্ষ

AS-25CC-2922 নম্বৰৰ গাড়ীখনে গুৱাহাটীৰ পৰা যোৰহাটলৈ ঔষধ কঢ়িয়াই আনিছিল। ব্ৰয়লাৰ কঢ়িওৱা গাড়ীখনৰ চালক আৰু হেন্দিমেনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুঘটনাত সামান্য পৰিমাণে আহত হৈছে ঔষধ কঢ়িওৱা গাড়ীখনৰ চালক আৰু আৰোহী।

লগতে পঢক : মাজুলী,গাোলাঘাট,জনীয়াকে ধৰি বিভিন্ন প্ৰান্তত ধুমুহাৰ সংহাৰ

ABOUT THE AUTHOR

...view details