নগাঁও, 18 জানুৱাৰীঃ অসম আৰক্ষীত ৰদবদল । ডিমা হাছাও আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক নগাঁও আৰক্ষী অধীক্ষক হিচাপে বদলি । আনহাতে, নগাঁও আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিক NIA আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পন ৷ তাৰোপৰি অসম আৰক্ষীৰ ২৩ বেটিলিয়নৰ অধিনায়ক কাৰ্বি আংলঙৰ চিলনী বীৰ বিক্ৰম গগৈক ডিমা হাছাৱৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব অৰ্পন কৰা হয় ।
অসম আৰক্ষীত ৰদবদল - অসম আৰক্ষীত ৰদবদল
শনিবাৰে ৰদবদল কৰা হ'ল অসম আৰক্ষীত ৷ নগাঁও আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব অৰ্পন ডিমা হাছাৱৰ আৰক্ষী অধীক্ষক অভিজিত দিলীপক ৷
![অসম আৰক্ষীত ৰদবদল অসম আৰক্ষী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5758684-thumbnail-3x2-dddd.jpg)
অসম আৰক্ষীত ৰদবদল