কলিয়াবৰ, ১৫ জুনঃ কলিয়াবৰ ২ নং বিহডুবি গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হয়। নিহত মহিলা গৰাকীৰ নাম জানকী ৰাজভৰ বুলি চিনাক্ত ।
কলিয়াবৰত পথাৰতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ু মহিলাৰ - বিদ্যুৎস্পৃষ্ট
কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু । পথাৰত ছাগলী এৰাল দিবলৈ গৈছিল নিহত মহিলা গৰাকী । মৰাপাটৰ খেতিত লগাই থৈছিল বিদ্যুতৰ তাঁৰ ।
কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু
লগতে আন এটা বাতৰি- চামগুৰিত ৰেলৰ চেপাত নিহত এজন