অসম

assam

By

Published : Mar 18, 2020, 2:52 PM IST

Updated : Mar 18, 2020, 3:03 PM IST

ETV Bharat / state

অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাঃমোলান লস্কৰ

অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থা । অখিলৰ মুক্তিৰ দাবীত নগাঁৱত অব্যাহত থকা অবিৰত অৱস্থানত অংশগ্ৰহণ কৰি মন্তব্য মোলান লস্কৰৰ।

অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাঃমোলান লস্কৰ
অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাঃমোলান লস্কৰ

নগাঁও,18 মাৰ্চঃএন আই এৰ আদালতত জামিন লাভ কৰাৰ পিছত শিৱসাগৰৰ আন এক গোচৰত কৃষক নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰৰ কৰাৰ পিছত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে বিভিন্ন দল সংগঠনৰ লগতে বহু সচেতন নাগৰিক। সোমবাৰৰ কৃষক নেতা গগৈসহ কাৰাবন্দী কা বিৰোধী নেতাক মুক্তিৰ লগতে কা বাতিলৰ দাবীত সোমবাৰৰ পৰা নগাঁৱত আৰম্ভ হোৱা সচেতন নাগৰিকৰ অবিৰত অৱস্থান কাৰ্যসূচীত বুধবাৰে অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন সভাপতি তথা সাংবাদিক মোলান লস্কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মোলান লস্কৰৰ মন্তব্য। অখিলক পুনৰ গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থা। অখিল গগৈক মুক্তি নিদিয়া পৰ্যন্ত নগাঁৱত অবিৰত অৱস্থান গণতান্ত্ৰিকভাৱে চলি থাকিব বুলি উল্লেখ কৰি চৰকাৰক কঠোৰ সকীয়নি মোলান লস্কৰৰ।

অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাটো চৰকাৰৰ প্ৰতিশোধমূলক ব্যৱস্থাঃমোলান লস্কৰ
Last Updated : Mar 18, 2020, 3:03 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details