অসম

assam

ETV Bharat / state

ধিঙত পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন পিযুষ-আঙুৰলতাৰ - etv bharat

'আমি আধাৰশিলা ৰাজনীতি নকৰো।ৰাইজৰ উন্নয়নৰ বাবেহে আধাৰশিলা স্থাপন কৰিছোঃপিযুষ হাজৰিকা

ধিঙত পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন পিযুচ হাজৰিকাৰ

By

Published : Mar 10, 2019, 11:49 PM IST

১০ মাৰ্চ, নগাঁওঃ 'আমি আধাৰশিলা ৰাজনীতি নকৰো । ৰাইজৰ উন্নয়নৰ বাবেহে আধাৰশিলা স্থাপন কৰিছো ।' এই মন্তব্য মন্ত্ৰী পিযুষ হাজৰিকাৰ । নগাঁও জিলাৰ ধিং পৌৰ সভাৰ ব্যৱসায়ীক কেন্দ্ৰৰ শুভাৰম্ভণী অনুষ্ঠানত দেওবাৰে উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকা। উক্ত অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে বিধায়িকা আঙুৰলতা ডেকাও উপস্থিত থাকে ।

ধিঙত পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন পিযুচ হাজৰিকাৰ
নগাঁও জিলাৰ ধিঙত, ধিং পৌৰ সভাৰ ৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত ব্যৱসায়ীক কেন্দ্ৰৰ শুভাৰম্ভণী কৰাৰ লগতে নগাঁও, ধিং গড়কাপ্তানী পথৰ মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই । উক্ত অনুষ্ঠানত উপস্থিত হৈয়ে মন্ত্ৰী গৰাকীয়ে চোকা ভাষাৰে সমালোচনা কৰে বিৰোধী দলক ।

ABOUT THE AUTHOR

...view details