নগাঁও, 19 মে’: নগাঁৱৰ দ্বিতীয়জন কৰ’ণাত আক্ৰান্ত শংকিত ঘোষ নামৰ লোকজন এম জি ৰোডৰ এম পেলেছ কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ বাবে সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে সম্পূৰ্ণ এম জি ৰোড ছীল কৰে নগাঁও প্ৰশাসনে ৷
নগাঁৱৰ এম জি ৰোড ছীল আৰক্ষীৰ - শংকিত ঘোষ এম জি ৰোডৰ কোৱাৰেণ্টাইন কেন্দ্ৰত
মঙলবাৰে নগাঁৱৰ এম জি ৰোড ছীল কৰে আৰক্ষীয়ে ৷ নগাঁৱৰ কৰ’ণাত আক্ৰান্ত শংকিত ঘোষ এম জি ৰোডৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকা হেতুকে সম্পূৰ্ণ এম জি ৰোড ছীল কৰে প্ৰশাসনে ৷
![নগাঁৱৰ এম জি ৰোড ছীল আৰক্ষীৰ নগাঁৱৰ এম জি ৰোড ছীল আৰক্ষীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7259564-thumbnail-3x2-na.jpg)
নগাঁৱৰ এম জি ৰোড ছীল আৰক্ষীৰ
নগাঁৱৰ এম জি ৰোড ছীল আৰক্ষীৰ
ইয়াৰ পিছতে শংকিত ঘোষক গুৱাহাটীৰ মহেন্দ্ৰ মোহন হাস্পতাললৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে ৷ সম্পূৰ্ণ নগাঁৱত দেখা গৈছে আৰক্ষীৰ তৎপৰতা ৷
লগতে পঢ়ক: কেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ