অসম

assam

By

Published : Mar 25, 2020, 8:01 AM IST

ETV Bharat / state

কলিয়াবৰত নিশা ভয়ংকৰ দুৰ্ঘটনাঃ নিহত 1

ৰাজ্যত চলি থকা লক-ডাউনৰ মাজতে কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷

ASSAM NAGAON KALIABOR ROAD ACCIDENT  THREE PEOPLE INJURED
ASSAM NAGAON KALIABOR ROAD ACCIDENT THREE PEOPLE INJURED

কলিয়াবৰ, 25 মাৰ্চঃ

দুৰ্ঘটনাত নিহত হয় এল্ট' বাহনৰ এগৰাকী মহিলা আৰোহী
  • কলিয়াৰত নিশা ট্ৰাক আৰু এল্ট' বাহনৰ মুখামুখি সংঘৰ্ষ।
  • দুৰ্ঘটনাত নিহত হয় এল্ট' বাহনৰ এগৰাকী মহিলা আৰোহী
  • এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এল্ট' খনৰ তিনি আৰোহী
  • আহতসকলক লগে লগে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়
  • কলিয়াবৰৰ তেজপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীবন্ধা চাৰিআলিত সংঘটিত হয় দুৰ্ঘটনাটো
  • লখিমপুৰ অভিমুখী এল্ট' বাহনখনৰ নম্বৰ AS-01HC-2431
  • দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা ট্ৰাকখনৰ সন্ধান অব্যাহত আৰক্ষীৰ

ABOUT THE AUTHOR

...view details