বঢ়মপুৰ, 19 মাৰ্চঃ সমগ্ৰ বিশ্বতে কৰ'ণা ভাইৰাছৰ আতংকৰ সময়তে নগাঁৱৰ কামপুৰত মৃত ব্ৰইলাৰৰ দুৰ্গন্ধই অতিষ্ঠ কৰিছে সাধাৰণ জনতাক ৷ কামপুৰৰ বৰক'লা সংযোগী পথৰ কাষত কোনো দূস্কৃতিকাৰীয়ে মৃত ব্ৰইলাৰসমূহ পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ ৷ মৃত বইলাৰৰ দুৰ্গন্ধৰ বাবে পথটোৰে পাৰ হ'ব পৰা নাই ৰাইজ ৷ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে স্বাস্থ্য বিভাগে ঠায়ে ঠায়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কামপুৰত মৃত বইলাৰৰ দুৰ্গন্ধই অসুবিধাত পেলাইছে ৰাইজক ৷
মৃত ব্ৰইলাৰৰ দুৰ্গন্ধত অতিষ্ঠ কামপুৰবাসী - নগাঁৱৰ কামপুৰত মৃত ব্ৰইলাৰৰ দূৰ্গন্ধ
নগাঁৱৰ কামপুৰৰ বৰক'লা সংযোগী পথৰ কাষত পেলাই থোৱা মৃত ব্ৰইলাৰৰ দুৰ্গন্ধই অতিষ্ঠ কৰিছে সাধাৰণ জনতাক ৷ কোনো দূস্কৃতিকাৰীয়ে মৃত ব্ৰইলাৰসমূহ পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
মৃত ব্ৰইলাৰৰ দুৰ্গন্ধত অতিষ্ঠ কামপুৰবাসী
লগতে পঢ়কঃকৰ’ণা ভাইৰাছক লৈ কিমান সজাগ ৰাইজ ?