অসম

assam

By

Published : Mar 31, 2019, 5:42 PM IST

ETV Bharat / state

বৰষুণৰ বাবে মৈৰাবাৰীত কংগ্ৰেছৰ সভা বাতিল

কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী ব্লক কংগ্ৰেছত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ সভা বাতিল । বৰষুণৰ বাবে বাতিল এই সভা ৷

বৰষুণৰ বাবে মৈৰাবাৰীত কংগ্ৰেছৰ সভা বাতিল

কলিয়াবৰ, 31 মাৰ্চঃ কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে মৈৰাবাৰী ব্লক কংগ্ৰেছৰ উদ্যোগত ইন্দিৰা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনী সভা ইতিমধ্যে বাতিল হয় ৷ প্ৰচণ্ড বৰষুণৰ বাবে সভাস্থলীত পানী জমা হয় ফলত বাতিল কৰিবলগীয়া হয় এই নিৰ্বাচন সভা ৷ জানিব পৰা মতে সভাখনৰ মুখ্য অতিথিআছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,বিধায়ক নুৰুল হুদা ৷

বৰষুণৰ বাবে মৈৰাবাৰীত কংগ্ৰেছৰ সভা বাতিল

ABOUT THE AUTHOR

...view details