অসম

assam

ETV Bharat / state

প্ৰতিকূল বতৰৰ বাবে স্থগিত মুখ্যমন্ত্ৰীৰ সভা

প্ৰতিকূল বতৰৰ ফলত জুৰীয়াত দেওবাৰে অনুষ্ঠিত হ'বলগীয়া বিজেপি নিৰ্বাচনী সভাত অনুপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Apr 7, 2019, 2:40 PM IST

প্ৰতিকুল বতৰৰ বাবে স্থগিত মুখ্যমন্ত্ৰীৰ সভা

জুৰীয়া, 7 এপ্ৰিলঃ ৰূপহীহাট সমষ্টিৰ জুৰীয়াত দেওবাৰে অনুষ্ঠিত হ'বলগীয়া বিজেপি নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে অৱশেষত স্থগিত ৰাখিবলগীয়া হয় সভাখন ৷ সোমবাৰে পুনৰ সভাখন অনুষ্ঠিত কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকক জানিবলৈ দিয়ে ৷

প্ৰতিকূল বতৰৰ বাবে স্থগিত মুখ্যমন্ত্ৰীৰ সভা

দেওবাৰে উক্ত সভাখনত হেলিকপ্তাৰেৰে উপস্থিত হোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী সোণোৱাল ৷

ABOUT THE AUTHOR

...view details