অসম

assam

By

Published : May 10, 2019, 7:04 PM IST

ETV Bharat / state

ধিঙত দুই চাইকেল চুৰৰ বিলৈ

চোৰক উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়াৰ পৰিৱৰ্তে ঘৰলৈ পঠিয়াই দিলে ৰাইজে ৷

ধিঙত দুই চাইকেল চুৰৰ বিলৈ

ধিং, 10 মেঃ নগাঁও জিলাৰ ধিং চহৰত চোৰৰ উপদ্ৰৱত জলাকলা খাইছে স্থানীয় ৰাইজে। পিছে বৃহস্পতিবাৰে চোৰৰ দিন বেয়া আছিল। দিন দুপৰতে চাইকেল চোৰ কৰিবলৈ গৈ ৰাইজৰ হাতত ধৰা পৰে চোৰ দুটা।

ধিঙত দুই চাইকেল চুৰৰ বিলৈ

সেই মূহুৰ্তৰ পৰাই চোৰৰ ওপৰত আৰম্ভ হয় চৰ,লাঠি,ঘোচা। মুঠৰ উপৰত ৰাইজৰ ঔ কিলত বেচেৰা চোৰৰ চেহেৰা সম্পূৰ্ণ সলনি হৈ যায়। ইয়াৰোপৰি ৰাইজে চোৰ দুটাক উত্তম মধ্যম দি আৰক্ষীক গতাই দিয়াৰ পৰিৱৰ্তে ঘৰলৈ পঠিয়াই দিয়ে ৷

ABOUT THE AUTHOR

...view details