অসম

assam

ETV Bharat / state

শিলঘাটত 99 সংখ্যক অশোকাষ্টমী মেলা - শিলঘাট অশোকাষ্টমী মেলা সমিতি

কালিকা পুৰাণৰ মতে ,চ'ত মাহৰ শুক্লা অষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ লগত সকলো নদ-নদী, সাগৰ আদিৰ জলৰাশি সন্মিলিত হয় ৷ এই জন বিশ্বাসৰ ফলশ্ৰুতিতেই কলিয়াবৰৰ শিলঘাটত বছৰ বছৰ ধৰি ভক্তই কৰি আহিছে অশোকাষ্টমী স্নান ।

শিলঘাটত 99 সংখ্যক অশোকাষ্টমী মেলা

By

Published : Apr 13, 2019, 12:02 PM IST

কলিয়াবৰ,13 এপ্ৰিল: অশোকাষ্টমী উপলক্ষে লোকে লোকাৰণ্য ব্ৰহ্মপুত্ৰৰ পাৰ ৷ ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নানেৰে শিলঘাটত আৰম্ভ 99 সংখ্যক অশোকাষ্টমী মেলা ৷

শিলঘাটত 99 সংখ্যক অশোকাষ্টমী মেলা

কালিকা পুৰাণৰ মতে ,চ'ত মাহৰ শুক্লা অষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ লগত সকলো নদ-নদী, সাগৰ আদিৰ জলৰাশি সন্মিলিত হয় ৷ এই জন বিশ্বাসৰ ফলশ্ৰুতিতেই কলিয়াবৰৰ শিলঘাটত বছৰ বছৰ ধৰি ভক্তই কৰি আহিছে অশোকাষ্টমী স্নান ।

শনিবাৰে পুৱাতে এই পবিত্ৰ স্নানত অংশ লয় সহস্ৰাধিক ভক্তই । পবিত্ৰ স্নানৰ লগত সংগতি ৰাখি 99 সংখ্যক অশোকাষ্টমী মেলাৰো আয়োজন কৰে 1921 চনত স্থাপিত শিলঘাট অশোকাষ্টমী মেলা সমিতিয়ে ।

ABOUT THE AUTHOR

...view details