অসম

assam

ETV Bharat / state

কলিয়াবৰত তিনিদিনীয়া চিত্ৰ কৰ্মশালা - kaliabar

কলিয়াবৰৰ অন‍্যতম চিত্ৰকলা বিষয়ক অনুষ্ঠান চিত্ৰকলা একাডেমিয়ে আয়োজন কৰা চিত্ৰ কৰ্মশালাৰ যোৱা শুক্ৰবাৰে অন্ত পৰে। এই কৰ্মশালাত সমল ব‍্যক্তি ৰূপে অংশগ্ৰহণ কৰি হোমেন শইকীয়াই পানী ৰং বিষয়ক, দাদুল চলিহাই কাৰ্টুন মুখা নিৰ্মাণ বিষয়ক আৰু শশাঙ্ক শইকীয়াই কাগজৰ কলা-কৌশল দেখুৱাই ।

কলিয়াবৰত তিনিদিনীয়া চিত্ৰ কৰ্মশালা

By

Published : Jul 6, 2019, 6:39 PM IST

নগাঁও, ৬ জুলাইঃ

  • কলিয়াবৰত তিনিদিনীয়া চিত্ৰ কৰ্মশালা
  • চিত্ৰকলা আৰ্ট একাডেমি আৰু কালিদাস গুৰুকুল হাইস্কুলৰ উদ্যোগত অনুষ্ঠিত হয় চিত্ৰ কৰ্মশালাৰ
  • কৰ্মশালাত মম ৰং, পট পেইণ্টিং, ক'লাজ, কেনভাছ পেইণ্টিঙৰ প্ৰশিক্ষণ দিয়া হয়
    কলিয়াবৰত তিনিদিনীয়া চিত্ৰ কৰ্মশালা
  • তাৰোপৰি দাদুল চলিহাই কাৰ্টুন মুখা নিৰ্মাণ আৰু শশাঙ্ক শইকীয়াই কাগজৰ কলা-কৌশল প্ৰদৰ্শন কৰে
  • সামৰণি অনুষ্ঠানত উপস্থিত থাকে কলিয়াবৰ অতিৰিক্ত আয়ুক্ত বাৰ্বী হাজৰিকা

ABOUT THE AUTHOR

...view details