অসম

assam

ETV Bharat / state

ধিঙৰ টুকটুকীত মাৰণাস্ত্ৰসহ আটক কুখ্যাত ডকাইত - ধিঙত দুধৰ্ষ ডকাইত আটক

এটা.২২ পিষ্টল,ঌজাঁই সজীৱ গুলী মেগজিন ১টা আৰু এখন বাইকসহ আটক দুধৰ্ষ ডকাইত

arms recover at dhing
ধিঙৰ টুকটুকীত মাৰণাস্ত্ৰ সহ আটক কুখ্যাত ডকাইত

By

Published : Feb 13, 2020, 4:31 PM IST

বটদ্ৰৱা,13 ফেব্ৰুৱাৰীঃধিঙৰ টুকটুকীত মাৰণাস্ত্ৰসহ আটক এটা কুখ্যাত ডকাইত। আটকাধীন দুধৰ্ষ ডকাইতটোৰ নাম বাবুল হুছেইন । লগতে উদ্ধাৰ আমেৰিকাত নিৰ্মিত এটা.২২ পিষ্টল,ঌ জাঁই সজীৱ গুলী মেগজিন ১টা আৰু এখন বাইক । ইতিমধ্যে বাবুল হুছেইনৰ ওপৰত জেৰা অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে।

ধিঙৰ টুকটুকীত মাৰণাস্ত্ৰ সহ আটক কুখ্যাত ডকাইত

ABOUT THE AUTHOR

...view details