অসম

assam

ETV Bharat / state

বিদ্যুৎখণ্ডৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ - 'অৱজাৰভেশ্যন প্ৰটেষ্ট ডে'

নগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । উত্তাল হৈ পৰিল পাৱাৰ হাউচ ।

apdcl empolye protest at nagaon
বিদ্যুৎখণ্ডৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদ

By

Published : Oct 28, 2020, 9:46 PM IST

চামগুৰি,28 অক্টোবৰঃ বিদ্যুতখণ্ড ব্যক্তিগতকৰণৰ প্ৰতিবাদত বুধবাৰে উত্তাল হৈ পৰিল বিভাগটোৰ মধ্য অসম মণ্ডলৰ নগাঁও বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয় । হাতে হাতে প্লেকাৰ্ড লৈ ব্যক্তিগতকৰণ বাতিল কৰাৰ দাবীত বিদ্যুত খণ্ডৰ ঐক্যমঞ্চ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ অসম শাখাৰ নগাঁও জিলা সমিতিয়ে এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

'অৱজাৰভেশ্যন প্ৰটেষ্ট ডে' শীৰ্ষক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিদ্যুত খণ্ডৰ কৰ্মচাৰীসকলে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ দমনমূলক নীতিকো ক্ষুৰধাৰ সমালোচনা কৰে ।

লগতে পঢ়কঃ অসম আৰক্ষীৰ ফ্লেগ দিৱস পালন

ABOUT THE AUTHOR

...view details