নগাঁও, 5 মাৰ্চঃ নগাঁৱত এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ অভিযোগত আৰক্ষীৰ জালত পৰিল ব্যক্তিগত এম্বুলেঞ্চৰ চালক । নগাঁৱ চহৰৰ কুশলনগৰৰ প্ৰভাত বৰা নামৰ এজন ব্যক্তিগত এম্বুলেঞ্চৰ চালকে এগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে । প্ৰথমাৱস্থাত অভিযুক্ত প্ৰভাত বৰাই অভিযোগ অস্বীকাৰ কৰে যদিও পৰৱৰ্তী সময়ত ভুক্তভোগী যুৱতীগৰাকী আৰক্ষীৰ কাষ চপাত ভৱিষ্যতে এনে কাম নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে । কিন্তু যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত প্ৰভাত বৰাক ।
যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ'ল এম্বুলেঞ্চ চালক - ambulance driver molestation woamn at nagaon
নগাঁৱত এজন এম্বুলেঞ্চ চালকৰ বিৰুদ্ধে যুৱতীৰ শ্লীলতা হানিৰ অভিযোগ ৷ নগাঁৱ চহৰৰ কুশলনগৰৰ প্ৰভাত বৰা নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ ৷
![যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা কৰি গ্ৰেপ্তাৰ হ'ল এম্বুলেঞ্চ চালক নগাঁও](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6309824-744-6309824-1583427502189.jpg)
যুৱতীৰ শ্লীলতা হানিৰ চেষ্টাৰ অভিযোগ এম্বুলেঞ্চৰ চালকৰ বিৰুদ্ধে
যুৱতীৰ শ্লীলতা হানিৰ চেষ্টাৰ অভিযোগ এম্বুলেঞ্চৰ চালকৰ বিৰুদ্ধে