নগাঁও, 18 জুলাই: অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰি হোৱা একে-৪৭ৰ গুলী(AK47 ammunition recovery) । ৯০টাকৈ একে ৪৭ৰ গুলী চুৰি হৈছিল এগৰাকী নগাঁও আৰক্ষী কনিষ্টবলৰ পৰা (Stolen amination of Nagaon police) ।
AK47 ammunition recovery: অৱশেষত উদ্ধাৰ হ’ল আৰক্ষীৰ পৰা চুৰি হোৱা AK47 ৰ গুলী - AK47 ammunition recovery
উদ্ধাৰ কৰা হ’ল চুৰি হোৱা একে-৪৭ৰ গুলী (AK47 ammunition recovery) । ৯০টাকৈ একে ৪৭ৰ গুলী চুৰি হৈছিল নগাঁও আৰক্ষী এজন কনিষ্টবলৰ পৰা ।
![AK47 ammunition recovery: অৱশেষত উদ্ধাৰ হ’ল আৰক্ষীৰ পৰা চুৰি হোৱা AK47 ৰ গুলী Nagaon police Station](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-15860585-thumbnail-3x2-sdjcs.jpg)
অৱশেষত উদ্ধাৰ হ’ল আৰক্ষীৰ পৰা চুৰি হোৱা AK47 ৰ গুলী
নগাঁৱৰ ফৌজদাৰীপট্টিৰ পৰা উদ্ধাৰ কৰা হৈছে গুলীসমূহ । ফিৰোজ খান নামৰ এটা চোৰৰ পৰা উদ্ধাৰ কৰা হয় গুলীসমূহ ৷