অসম

assam

ETV Bharat / state

আন্তঃৰাজ্যিক পাৰ পত্ৰৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

অসমৰ জাতি, মাটি, সম্পদ ৰক্ষাৰ বাবে প্ৰয়োজন আন্তঃৰাজ্যিক পাৰ পত্ৰৰ। দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

By

Published : Aug 22, 2019, 1:59 AM IST

আন্তঃৰাজ্যিক পাৰ পত্ৰৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ


নগাওঁ, 22 আগষ্টঃ অসমৰ জাতি, মাটি, সম্পদ ৰক্ষাৰ বাবে প্ৰয়োজন আন্তঃৰাজ্যিক পাৰ পত্ৰৰ। দাবী নগাওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

আন্তঃৰাজ্যিক পাৰ পত্ৰৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
অসমৰ মাটি, ভেটি আৰু সম্পদ ৰক্ষাৰ বাবে প্ৰয়োজন আন্তঃৰাজ্যিক পাৰ পত্ৰৰ। আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তনৰ দাবীত বুধবাৰে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে নগাওঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰাই দ্বি নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তনৰ বাবে দাবী জনাই আহিছে সংগঠনটোৱে।

ABOUT THE AUTHOR

...view details