অসম

assam

ETV Bharat / state

কংগ্ৰেছ এআইইউডিএফ বিদেশীৰ ৰক্ষকঃ অতুল বৰা - nagaon

সোমবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই মনোনয়ন পত্ৰ দাখিল কৰাৰ পাচতে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে অগপ সভাপতি অতুল বৰাই

অতুল বৰা

By

Published : Mar 26, 2019, 1:05 AM IST

নগাঁও, 25 মাৰ্চঃ 'ওলাই পৰিল তৰুণ গগৈ আৰু আজমলৰ জোলোঙাৰ মেকুৰী । দুয়োটা দলেই বিদেশীৰ ৰক্ষক ।' সোমবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তইমনোনয়ন পত্ৰ দাখিল কৰাৰ পাচতে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে অগপ সভাপতি অতুল বৰাই । লগতে কলিয়াবৰত অগপৰ বিজয় নিশ্চিত বুলিও দাবী কৰে অতুল বৰাই । আনহাতে, তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈৰ সংকট মোচনৰ বাবেই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এআইইউডিএফৰ সৈতে মিত্ৰতা কৰিছে বুলি মন্তব্য কৰে বৰাই । অসমৰ ৰাইজে দুয়োটা দলৰ মিত্ৰতা গ্ৰহণ নকৰে বুলিও দাবী অগপ সভাপতি গৰাকীৰ ৷

অতুল বৰা

ABOUT THE AUTHOR

...view details