চামগুৰি,10 মাৰ্চ : চামগুৰিৰ লুংচুঙৰ ঘিলালতা গাঁৱত বুধবাৰে আবেলি এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ স্থানীয় লোকে সদৰী কৰা মতে তামোল পাৰি থকা অৱস্থাত গছৰ পৰা পৰি এজন লোক থিতাতে নিহত হয় ।
চামগুৰিত মৰ্মান্তিক দুৰ্ঘটনা - মৰ্মান্তিক দুৰ্ঘটনা
চামগুৰিৰ লুংচুঙৰ ঘিলালতা গাঁৱত বুধবাৰে আবেলি এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ৷ স্থানীয় লোকে সদৰী কৰা মতে তামোল পাৰি থকা অৱস্থাত গছৰ পৰা পৰি এজন লোক থিতাতে নিহত হয় ।
![চামগুৰিত মৰ্মান্তিক দুৰ্ঘটনা চামগুৰিৰ লুংচুঙৰ ঘিলালতা গাঁৱত মৰ্মান্তিক দুৰ্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10954356-thumbnail-3x2-hghjg.jpg)
চামগুৰিৰ লুংচুঙৰ ঘিলালতা গাঁৱত মৰ্মান্তিক দুৰ্ঘটনা
লোকজনৰ নাম মোবাৰক আলী । লোকজনৰ ঘৰ চামগুৰিৰ বাজিয়া গাঁৱত বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ৷
লগতে পঢ়ক: পদুলিয়ে পদুলিয়ে নহয় ৰাইজৰ হৃদয়লৈ যাব বিজেপি: হিমন্ত বিশ্ব শৰ্মা