অসম

assam

ETV Bharat / state

কলিয়াবৰৰ দেওচুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মনোমোহা দৃশ্য

যিসময়ত ৰাজ্যত হাতী-মানুহৰ সংঘাতে (Man elephant conflict) চৰম পৰ্যায় পাইছে সেই সময়ত এনে কলিয়াবৰৰ দেওচুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা গ’ল অপূৰ্ব দৃশ্য (A beautiful view on NH 37)

A beautiful view on NH-37 in Nagaon
কলিয়াবৰৰ দেওচুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মনোমোহা দৃশ্য

By

Published : Sep 24, 2022, 2:21 PM IST

Updated : Sep 24, 2022, 2:27 PM IST

কলিয়াবৰ, 24 ছেপ্টেম্বৰ:কলিয়াবৰৰ দেওচুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক অপূৰ্ব দৃশ্য (A beautiful view on NH 37) ৷ এই মনোমোহা দৃশ্য প্ৰত্যক্ষ কৰি মোহাচ্ছন্ন হ'ব আপুনিও ৷ যিসময়ত ৰাজ্যত হাতী-মানুহৰ সংঘাতে (Man elephant conflict) চৰম পৰ্যায় পাইছে সেই সময়ত এনে দৃশ্যই মনটো পুলকিত কৰি তোলে ৷

শনিবাৰে পুৱা দেওচুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) বুঢ়াপাহাৰ বনাঞ্চলৰ পৰা কাৰ্বি পাহাৰলৈ গতি কৰিছে বনৰীয়া হাতীৰ এটা দল ৷

কলিয়াবৰৰ দেওচুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মনোমোহা দৃশ্য

এই দৃষ্টিনন্দন দৃশ্য বন্দী হৈ ৰ’ল ৩৭নং পথচাৰীৰ কেমেৰাত ৷ কিছুসময়ৰৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোৰে স্তব্ধ হৈ পৰিল উজনি-নামনিৰ যান-বাহন যাতায়ত ৷

লগতে পঢ়ক:বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

Last Updated : Sep 24, 2022, 2:27 PM IST

ABOUT THE AUTHOR

...view details