ৰূপহীহাট,13 জানুৱাৰী : নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ বিলত বিহুৰ উৰুকাত সহস্ৰাধিক লোকে মাছ ধৰাত ব্যস্ত । বুধবাৰে পুৱা ১৪৪ ধাৰা উলংঘা কৰি জনসাধাৰণ ধৰিলে উৰুকাৰ মাছ । বন বিভাগ, আৰক্ষী, অৰ্ধ সামৰিক বাহিনী গিজ গিজাই থকা স্বত্বেও গঞা ৰাইজে অভয়াৰন্যখনত মাছ ধৰিলে ।
লাওখোৱা অভয়াৰণ্যত ১৪৪ ধাৰা ভংগ জনতাৰ - স্বত্বেও গঞাৰাই
বুধবাৰে পুৱা ১৪৪ ধাৰা উলংঘা কৰি জনসাধাৰণে লাওখোৱাত ধৰিলে উৰুকাৰ মাছ । বন বিভাগ, আৰক্ষী, অৰ্ধ সামৰিক বাহিনী গিজ গিজাই থকা স্বত্বেও গঞা ৰাইজে অভয়াৰন্যখনত মাছ ধৰিলে ।

লাওখোৱা অভয়াৰণ্যত ১৪৪ ধাৰা ভংগ জনতাৰ
লাওখোৱা অভয়াৰণ্যত ১৪৪ ধাৰা ভংগ জনতাৰ
ইপিনে অভয়াৰণ্য খনত ১৪৪ ধাৰা প্ৰযোজ্য হৈ থকাৰ পিছতো কেনেদৰে জনসাধাৰণে মাছ ধৰিলে সেইয়া এতিয়া ৰহস্যৰ আৰ্ৱত সোমাই পৰিছে । উল্লেখযোগ্য যে, ১৯৭২ ৰ বন্যপ্ৰাণী আইন উলংঘা কৰি অভয়াৰণ্য খনত মাছ ধৰা স্বত্বেও বন্যপ্ৰাণী বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷
লগতে পঢ়কঃ ভোগালী উৰুকাৰ পুৱাই চিৰাঙত মাছৰ উজান