নগাঁও, 26 নৱেম্বৰঃ ৰাজ্যত দুৰ্বাৰ গতিত চলি থকা হস্তী-মানুহৰ সংঘাত ৰোধৰ বিশেষ ব্যৱস্থা বন বিভাগৰ ৷ হাতী-মানুহৰ সংঘাত প্ৰৱণ এলেকাৰ বাবে 12 টা বিশেষ দল প্ৰস্তুত কৰিছে বন বিভাগে ৷ প্ৰতিটো বিশেষ দল দুখনকৈ গাড়ী,বন্দুক,টৰ্চ তথা যাৱতীয় সকলো সামগ্ৰীৰে সু-সজ্জিত হ’ব ৷ অতি শীঘ্ৰেই আনুষ্ঠানিকভাৱে এই বিশেষ বাহিনীটো মুকলি কৰিব বুলি ঘোষণা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে 12 টা বিশেষ দল
হস্তী-মানুহৰ সংঘাত ৰোধৰ বিশেষ ব্যৱস্থা বন বিভাগৰ ৷ 12 টা বিশেষ দল প্ৰস্তুত বন বিভাগৰ ৷
হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে 12 টা বিশেষ দল
চামগুৰিৰ চালপাৰাত বন বিভাগৰ উদ্যোগত অনুষ্ঠিত এখন ফুটবল প্ৰতিযোগিতাত উপস্থিত থকাৰ সময়ত ঘোষণা কৰে বনমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে অভয়াৰণ্যৰ বাহিৰত বন বিভাগে গঁড়ক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ বাবেই পূৰ্বে গঁড় হত্যা হৈছিল বুলি স্বীকাৰোক্তি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷
আৰু পঢ়কঃ নগাঁও আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক ডকাইতৰ দল