মৰিগাঁও, 18 ডিচেম্বৰ : তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সফল সামৰণিৰ বাবে মৰিগাঁও জিলা উপায়ুক্তই ধন্যবাদ জ্ঞাপন কৰিলে সকলোকে ৷
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সফল সামৰণি - মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সফল সামৰণি ৷ সকলোকে ধন্যবাদ জ্ঞাপন কৰে মৰিগাঁও জিলা উপায়ুক্ত লীনা দাসে ৷
![মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সফল সামৰণি সকলোকে ধন্যবাদ জিলা উপায়ুক্তৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9917938-thumbnail-3x2-tiwa.jpg)
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সফল সামৰণি
মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সফল সামৰণি
বৃহস্পতিবাৰে পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 পৰ্যন্ত ভোটাৰে নিজৰ মনপচন্দ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ শাৰী পাতিছিল ৷ ভোটদানৰ অন্ত পৰাৰ পাচতে জিলাখনৰ 187 টা ভোটদান কেন্দ্ৰৰ পৰা 841 গৰাকী প্ৰিজাইডিং আৰু পোলিং বিষয়াই মৰিগাঁও মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰোমত বেলট বাকছসমূহ জমা দিছে ৷ উল্লেখ্য যে, মুঠ 1,43,655 গৰাকী ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷
লগতে পঢ়ক :প্ৰতিবাদী কৃষকক টোমৰৰ পত্ৰ পঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ