মৰিগাঁও,13 ফেব্ৰুৱাৰীঃ মৰিগাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী পতি-পত্নী ৷ মৰিগাঁও জিলা পৰিষদৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো । নিহত দম্পতীহালৰ ঘৰ মৰিগাঁৱৰ গেৰাখোৱা গাঁৱত বুলি জানিব পৰা গৈছে ৷ বাইক আৰোহীজনক ত্ৰৈলোক্য ডেকা বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ।
মৰিগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত দম্পতী - থিতাতে নিহত হয় বাইক আৰোহী পতি-পত্নী
মৰিগাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় বাইক আৰোহী পতি-পত্নী ৷ মৰিগাঁও জিলা পৰিষদৰ সন্মুখত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷
![মৰিগাঁৱত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত দম্পতী পথ দুৰ্ঘটনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6059118-thumbnail-3x2-a.jpg)
থিতাতে নিহত দম্পতী
Last Updated : Feb 13, 2020, 6:04 PM IST