অসম

assam

By

Published : Nov 25, 2020, 8:10 AM IST

ETV Bharat / state

মৰিগাঁৱত প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি অসম জাতীয় পৰিষদৰ

মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ মৰিগাঁৱৰ নৱগঠিত অসম জাতীয় পৰিষদৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক হেৰুওৱাতো অসম আৰু অসমীয়াৰ বাবে পূৰাব নোৱাৰা ক্ষতি বুলি মন্তব্য় অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় আহ্বায়ক জিতেন ডেকাৰ ৷

tribute to late ex cm tarun gogoi by asom jatiya parishad
তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন অসম জাতীয় পৰিষদৰ

মৰিগাঁও,25 নৱেম্বৰ : মৰিগাঁৱত মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰে অসম জাতীয় পৰিষদে ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় আহবায়ক জিতেন ডেকাই কয় যে,‘‘তেওঁক হেৰুৱাই আমি সকলোৱে শোকত ভাগি পৰিছো । তেওঁ কেৱল অসমৰ ৰাজনৈতিক জগতখনৰ পৰাই নহয়, সামাজিক ক্ষেত্ৰখনৰ পৰাও বিদায় মাগিলে । এয়া অসম আৰু অসমীয়াৰ বাবে পূৰাব নোৱাৰা ক্ষতি’’ ।

লগতে পঢ়ক :বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

ABOUT THE AUTHOR

...view details