Tirumala Tirupati Devasthanams: তিৰুমালা মন্দিৰত আছে 10 টন সোণ, নগদ 15,900 কোটি টকা
তিৰুমালা মন্দিৰৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিছে তিৰুমালা তিৰুপতি দেৱস্থানমে (Tirumala Tirupati Devasthanams) ৷ ভাৰত চৰকাৰ অথবা অন্ধ্ৰ প্ৰদেশ চৰকাৰী চিকিউৰিটিজত অতিৰিক্ত পুঁজি বিনিয়োগৰ সিদ্ধান্ত অস্বীকাৰ তিৰুমালা তিৰুপতি দেৱস্থানম ট্ৰাষ্টৰ ।
Assam Book Fair 2022 : ধেমাজি গ্ৰন্থমেলাত অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে আলাপ
উখল মাখল ধেমাজি গ্ৰন্থমেলাৰ বাকৰি ৷ 4 নৱেম্বৰৰ পৰা পোন প্ৰথমবাৰৰ বাবে ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা (Assam Book Fair inauguration from November 4 in Dhemaji) ৷ এই গ্ৰন্থমেলাৰ তৃতীয় দিনা অনুষ্ঠিত হয় কিতাপ গোট আৰু অৰুণাচল প্ৰদেশ লিটাৰেৰি চ’চাইটিৰ (Arunachal Pradesh Literary Society) উদ্যেগত অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠান (Arunachali literature in Dhemaji) ৷
Tragic incident in Majuli: মাজুলীত পুখুৰীত পৰি সলিল সমাধি তিনি কিশোৰ কিশোৰীৰ
নামনি মাজুলীত ৰাসোৎসৱৰ আনন্দৰ মাজতে অঘটন (Accident in Majuli) ৷ পুখুৰীত পৰি সলিল সমাধি তিনি কিশোৰ-কিশোৰীৰ (Teenagers dies after falling into pond) ৷ বালিচাপৰি আৰক্ষী পোষ্টৰ অন্তৰ্গত বৰদোৱাৰ গাঁৱৰ আছিল তিনি কিশোৰ-কিশোৰী ৷
Nalbari Raas Mahotshav : ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি নলবাৰীত আয়োজন আন্তঃৰাজ্যিক বাণিজ্য মেলাৰ
নলবাৰী ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে নলবাৰীত আয়োজন কৰা হৈছে আন্তঃৰাজ্যিক বাণিজ্য মেলাৰ (Inter State Trade Fair to be held at Nalbari Raas Mahotshav 2022) । ৮ নৱেম্বৰ তাৰিখৰ পৰা ১৯ নৱেম্বৰলৈ হ’ব লগা এই বাণিজ্য মেলাত ১১ খন জিলাৰ পৰা প্ৰায় ৫০ টা গোটে অংশ গ্ৰহণ কৰিব । এই বাণিজ্য মেলাত বাঁহ-বেট উদ্যোগৰ লগতে বহু হস্তশিল্পৰ সামগ্ৰীৰো প্ৰদৰ্শন কৰা হ’ব ।
Anti Drugs Mission at Jonai : জোনাইত ড্ৰাগছসহ মহিলাক আটক
জোনাইত মহিলা ড্ৰাগছ সৰবৰাহকাৰী আটক ৷ আটকাধীন মহিলাগৰাকী জোনাইৰ ১ নং তৰাজান গাঁৱৰ জোনালী দলে(Drugs peddler arrested at Jonai) ৷