মৰিগাঁও, 25 জুনঃ মঙলবাৰে মৰিগাঁৱৰ সীমান্ত আৰক্ষীয়ে কৰায়ত্ব কৰে দুই বাংলাদেশী নাগৰিকক ৷ খাটৰবড়ী থানাগড়াৰ পৰা আটক কৰে আব্দুল জলিল আৰু জেৰিনা খাতুন নামৰ বাংলাদেশী পিতৃ কন্যাক ৷ মৰিগাঁৱৰ তিনি নং বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰিছিল দুয়োকে ৷ পিছে ৰহস্যজনকভাৱে মৰিগাঁও তিনি নং বিদেশী ন্যায়াধীকৰণৰ এই ঘোষণাৰ বিষয়ে অবগত নহয় আব্দুল জলিল ।
মৰিগাঁও সীমান্তত গ্ৰেপ্তাৰ দুই বাংলাদেশী পিতৃ কন্যা - বাংলাদেশী পিতৃ কন্যা
মৰিগাঁৱৰ তিনি নং বিদেশী ন্যায়াধীকৰণে আব্দুল জলিল আৰু জেৰিনা খাতুন নামৰ দুই পিতৃ কন্যাক ঘোষণা কৰিছিল বাংলাদেশী হিচাপে ৷ গোচৰ চলি থকাৰ পিছত অধিবক্তাই যাবলৈ দিয়া নাছিল দুয়োকে ৷ মঙলবাৰে মৰিগাঁও সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই পিতৃ কন্যাক
![মৰিগাঁও সীমান্তত গ্ৰেপ্তাৰ দুই বাংলাদেশী পিতৃ কন্যা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3663595-thumbnail-3x2-opo.jpg)
মৰিগাঁও সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই বাংলাদেশী পিতৃ কন্যাক
মৰিগাঁও সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই বাংলাদেশী পিতৃ কন্যাক
গোচৰ চলি থকাৰ পিছত অধিবক্তাই যাবলৈ দিয়া নাছিল আব্দুল জলিলক আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে মৰিগাঁও সীমান্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই পিতৃ কন্যাক ।