অসম

assam

ETV Bharat / state

দিনক দিনে বৃদ্ধি পাইছে ই-ৰিক্সাৰ দৌৰাত্ম্য - মৰিগাঁও অসামৰিক চিকিৎসালয়

মৰিগাঁৱত দিনক দিনে বৃদ্ধি পাইছে ই-ৰিক্সাৰ দৌৰাত্ম্য ৷ দুৰ্ঘটনাত পতিত ই-ৰিক্সা চালকৰ নাই অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন নম্বৰ ৷

দিনক দিনে বৃদ্ধি পাইছে ই ৰিক্সাৰ দৌৰাত্ম্য

By

Published : Jul 2, 2019, 8:00 PM IST

মৰিগাঁও, 2 জুলাই :
মৰিগাঁৱত বৃদ্ধি পাইছে একাংশ ই-ৰিক্সা চালকৰ দৌৰাত্ম্য
নিৱনুৱা সংস্থাপনৰ নামত একাংশই জলা-কলা খুৱাইছে পথচাৰীক
দৈনিক দুৰ্ঘটনাত পতিত ই-ৰিক্সা চালকৰ নাই অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন নম্বৰ
চহৰৰ গান্ধী ভৱন সমীপৰ চাৰিআলিত মঙলবাৰে সংঘটিত হ'ল এক দুৰ্ঘটনা
তীব্ৰবেগী ই-ৰিক্সাই আন এখন ই-ৰিক্সাক অতিক্ৰম কৰিবলৈ যাওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো
ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় এজন বৰ্ষীয়ান যাত্ৰী
আহতক তাৎক্ষণিকভাৱে ভৰ্তি কৰোৱা হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত
দ্ৰুত বেগত এটা কেঁকুৰি অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হয় এই দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details