মৰিগাঁও,3 মাৰ্চ:মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনা। জাগীৰোডৰ পৰা মৰিগাঁও অভিমুখে আহি থকা AS-25-EC-4195 নম্বৰৰ শিল ভৰ্তি Tata DI বাহনে খুন্দিয়ালে বাইক আৰোহীক ৷ একেটা দিশৰ পৰা আহি থকা Hero splender মটৰ চাইকেলখনত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত বাইক আৰোহীজন গুৰুতৰ ভাৱে আহত হয় ।
মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনা - Tata DI বাহনে খুন্দিয়ালে বাইক আৰোহীক
জাগীৰোডৰ পৰা মৰিগাঁও অভিমুখে আহি থকা AS-25-EC-4195 নম্বৰৰ শিল ভৰ্তি Tata DI বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় দিব্যজ্যোতি নাথৰ এজন বাইক আৰোহী ৷
মৰিগাঁৱৰ নভেটিত পথ দুৰ্ঘটনা
আহত বাইক আৰোহী জন হাটীবাত শিমলুগুৰি গাঁৱৰ দিব্যজ্যোতি নাথ বুলি জানিব পৰা গৈছে । ইফালে ঘটনা সংঘটিত কৰিয়ে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ চালকে ৷
লগতে পঢ়ক:অসমত ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰকঃ ডাঃ অমল কটকী