অসম

assam

ETV Bharat / state

মৰিগাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - ববিতা বিশ্বাস

মৰিগাঁৱত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো মৰিগাঁওৰ ববিতা বিশ্বাসৰ ৷ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা নাই ৷

মৰিগাঁৱত ৰহস্যজনক মৃতদেহ উদ্ধাৰ

By

Published : Sep 1, 2019, 2:23 PM IST

মৰিগাওঁ, 1 চেপ্তেম্বৰঃ

মৰিগাঁৱত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ ৷

মৰিগাঁৱত ৰহস্যজনক মৃতদেহ উদ্ধাৰ

স্থানীয় যুৱক এজনে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

মৃতদেহটো মৰিগাঁৱৰ ববিতা বিশ্বাসৰ ৷

ববিতাৰ ডিঙিত ৰছী আৰু ওচৰত কীটনাশক দৰব উদ্ধাৰ ৷

মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা নাই ৷

আৰক্ষীৰ তদন্ত আৰম্ভ ৷

ABOUT THE AUTHOR

...view details