অসম

assam

By

Published : Oct 24, 2020, 7:11 AM IST

ETV Bharat / state

মৰিগাঁৱৰ দুৰ্গা পূজাত বৰষুণৰ বিধি-পথালি

মৰিগাঁৱত মুষলধাৰ বৰষুণ ৷ শাৰদীয় দুৰ্গা পূজাৰ সময়তে নেৰানেপেৰা বৰষুণে চিন্তিত কৰিছে মৰিগাঁওবাসীক ৷

Rainfall down in Morigaon
মৰিগাঁৱৰ দুৰ্গা পূজাত বৰষুণৰ বিধি-পথালি

মৰিগাঁও,24 অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো মুষলধাৰ বৰষুণ । সপ্তমী পূজাৰ দিনটোৰ পৰা অব্যাহত আছে নেৰানেপেৰা বৰষুণ । বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা কৰা অনুসৰি, বিগত 12 ঘণ্টাত ৰাজ্যত বৃদ্ধি পাইছে বৰষুণৰ ঘনত্ব ।

মৰিগাঁৱৰ দুৰ্গা পূজাত বৰষুণৰ বিধি-পথালি

শুকুৰবাৰৰ সন্ধিয়া পৰাই সমগ্ৰ ৰাজ্যত অব্যাহত আছে ধাৰাষাৰ বৰষুণ, যাৰ ফলত মৰিগাঁৱতো ম্লান পৰিছে শাৰদীয় দুৰ্গা পূজাৰ উছাহ । মৰিগাঁৱত দুৰ্গোৎসৱৰ উছাহ ম্লান পৰাৰ সমান্তৰালকৈ বানাক্ৰান্ত ৰাইজৰ মাজত সৃষ্টি হৈছে শংকাৰ ।

লগতে পঢ়ক :দায়িত্ববোধঃ বৰষুণকো আওকাণ কৰি কৰ্তব্য পালন আৰক্ষীৰ

ABOUT THE AUTHOR

...view details