মৰিগাঁও, 29 ছেপ্তেম্বৰঃ মঙলবাৰে পুৱাই মৰিগাঁৱৰ বঢ়মপুৰত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ ৷ অঞ্চলটোৰ এগৰাকী লোকৰ ঘৰৰ বাৰীৰ পিছফালে উদ্ধাৰ হয় অজগৰটো ৷ গাঁওবাসীয়ে ততাতৈয়াকৈ বন বিভাগৰ লোকক খবৰ দিয়ে ৷ বঢ়মপুৰ বনবিভাগৰ কৰ্মচাৰী উপস্থিত হৈ পবিতৰা অভয়াৰণ্যত এৰি দিয়ে অজগৰটো ৷ অজগৰটো আনুমানিক 30/35 কিল’গ্ৰামৰ হ’ব বুলি জানিবলৈ দিয়ে বিভাগৰ লোকে ৷
মৰিগাঁৱত অজগৰ উদ্ধাৰ - Python rescued at Morigaon news
মৰিগাঁৱৰ বঢ়মপুৰত উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ ৷ অঞ্চলটোৰ এগৰাকী লোকৰ ঘৰৰ বাৰীৰ পিছফালে উদ্ধাৰ হয় অজগৰটো ৷

মৰিগাঁৱত অজগৰ উদ্ধাৰ