অসম

assam

By

Published : Oct 6, 2020, 5:54 PM IST

ETV Bharat / state

মৰিগাঁৱত কলা বেজ পৰিধান কৰি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদ

মৰিগাঁৱত প্ৰতিবাদ ৷ আছুকে দৰি বহু কেইটা সংগঠনৰ প্ৰতিবাদ ৷ বিধায়ক ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে ৷

Protest against MLA Ramakant Deuri wearing black base in Morigaon
মৰিগাঁৱত কলা বেজ পৰিধান কৰি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদ

মৰিগাঁও, 6 অক্টোবৰ :মৰিগাঁৱত বিধায়ক ৰমাকান্ত দেউৰীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ ৷ মৰিগাঁও জিলা ছাত্ৰ সংন্থাৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ, সদৌ তিৱা ছাত্ৰ সন্থা আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ সহযোগত ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ ।

মৰিগাঁৱত কলা বেজ পৰিধান কৰি বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰতিবাদকাৰীয়ে অনতিপলমে বিধায়ক ৰমাকান্ত দেউৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ৷ এগৰাকী জনপ্ৰতিনিধিৰ মুখত এনেকুৱা অসামাজিক মন্তব্যই শোভা নাপাই বুলিও বিধায়ক গৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক :জোনাইত শিক্ষক সন্থাৰ দুঘণ্টীয়া ধৰ্মঘট কাৰ্য্যসূচী

ABOUT THE AUTHOR

...view details