মৰিগাঁও, 22 জুনঃপবিতৰা বানৰ কবলত। ৰাজ্যৰ দ্বিতীয়টো বানত অভয়াৰণ্য খনৰ বনবিষয়াৰ মতে ৩০%, বানৰ কবলত পৰিছে। দ্বিতীয়টো বান পানীৰ কবলত এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰা । কালিৰ পৰা বৰদিয়া দলঙৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী সোমাই দ ঠাইবোৰ বুৰাইছে। সেয়ে হ'লেও অদ্যপি সুৰক্ষিত পবিতৰাৰ জীৱকুল। অৱশ্য পানী বাঢ়ি আছে।ইয়াত কৈ পানী অধিক হলে বিপদৰ অশনি সংকেট অসম গৌৰৱ এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰালৈ।
দ্বিতীয়টো বানৰ কবলত পবিতৰা অভয়াৰণ্য - পবিতৰা অভয়াৰণ্য
বানৰ কবলত পৰিছে বিশ্ব ঐতিহ্য পবিতৰা অভয়াৰণ্য। ৰাজ্যৰ দ্বিতীয়টো বানৰ কবলত পৰিছে পবিতৰাৰ ১০ টাকৈ বনশিবিৰ। ওখভেটিলৈ ঢাপলি মেলি ছে পবিতৰাৰ জীৱকুলে।
PABITORA WILDLIFE SANCTUARY HIT FLOOD