অসম

assam

ETV Bharat / state

মৰিগাঁৱত তৰমুজ কিনিবলৈ গ্ৰাহকৰ হেতা ওপৰা

কেইটামান দিনতে প্ৰায় আঢ়ৈ কুইণ্টল জৈৱিক তৰমুজ বিক্ৰী কৰি উৎসাহিত হৈছে মৰিগাঁৱৰ উদ্যমী যুৱকসকল। যুৱককেইজনৰ এই উদ্যমী নিশ্চয়েই অসমৰ কৃষি খণ্ডৰ বাবে আশাৰ বতৰা ৷

M

By

Published : Jun 20, 2019, 11:23 PM IST

Updated : Jun 20, 2019, 11:54 PM IST

মৰিগাঁও,20 জুন : সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদিত কৰা তৰমুজে কঢ়িয়াইছে আশাৰ বতৰা ।চহৰৰ পদপথৰ কাষত তৰমুজ কিনিবলৈ গ্ৰাহকৰ হেতাওপৰা।

মৰিগাঁৱত তৰমুজ কিনিবলৈ গ্ৰাহকৰ হেতা ওপৰা


মৰিগাঁৱৰ চৰাইবাহী, ধৰমতুল,বৰচলা আদি বহুকেইখন গাঁৱৰ সংঘটিত এইকেইজন উচ্চ শিক্ষিত যুৱকে পৰীক্ষা মূলকভাৱে তিনিবিঘা মাটিত কৰিছে জৈৱিক পদ্ধতিৰ তৰমুজৰ খেতি। প্ৰতিটো তৰমুজেই ১কি:গ্ৰা: পৰা ৪:৮ কি:গ্ৰা:লৈ হৈছে।
কেইটামান দিনতে প্ৰায় আঢ়ৈ কুইণ্টল জৈৱিক তৰমুজ বিক্ৰী কৰি উৎসাহিত হৈছে মৰিগাঁৱৰ উদ্যমী যুৱকসকল। যুৱককেইজনৰ এই উদ্যমী নিশ্চয়েই অসমৰ কৃষি খণ্ডৰ বাবে আশাৰ বতৰা ৷

Last Updated : Jun 20, 2019, 11:54 PM IST

ABOUT THE AUTHOR

...view details