অসম

assam

ETV Bharat / state

উৎকণ্ঠা বাঢ়িছে ৰাজ্যবাসীৰঃ অপেক্ষা 31 আগষ্টলৈ - মৰিগাঁও

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ব্যস্ততা বাঢ়িছে এন আৰ চি কেন্দ্ৰ সমূহত, মৰিগাঁও জিলাত নিশা বাৰ বজালৈকে অব্যাহত এন আৰ চি পৰীক্ষণৰ কাম কাজ

মৰিগাঁও জিলাত নিশা বাৰ বজালৈকে অব্যাহত এন আৰ চি পৰীক্ষণৰ কাম কাজ

By

Published : Aug 22, 2019, 9:55 AM IST

মৰিগাঁও,22 আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন যিমানে চমু চাপি আহিছে সিমানেই ব্যস্ততা বাঢ়িছে এন আৰ চি কেন্দ্ৰ সমূহত ৷ ৰাজ্যৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাতো যুদ্ধকালীন তৎপতাৰে অব্যাহত আছে এন আৰ চি পৰীক্ষণৰ কাম কাজ ৷ প্ৰচণ্ড গৰমকো নেওঁচি নিশা প্ৰায় বাৰ বজালৈকে এখন শুদ্ধ এন আৰ চিৰ স্বাৰ্থত প্ৰক্ৰিয়াটোৰ লগত জড়িত সকলো কৰ্মচাৰী ব্যস্ত হৈ থকা পৰিলক্ষিত হয় ৷ এতিয়া মাথো সকলোৰে অপেক্ষা 31 আগষ্টলৈ ৷

মৰিগাঁও জিলাত নিশা বাৰ বজালৈকে অব্যাহত এন আৰ চি পৰীক্ষণৰ কাম কাজ

ABOUT THE AUTHOR

...view details