মৰিগাঁও,11 জুন : মৰিগাঁৱৰ লাহৰীঘাটত গৰাখহনীয়াৰ বুজ ল'বলৈ উপস্থিত নৱ-নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷ গৰাখহনীয়াৰ কবলত পৰা মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু ভুৰাগাঁও ৰাজহ চক্ৰৰ ৬৮ খন ৰাজহ গাঁৱৰ ভুক্তভোগী ৰাইজৰ কাষত উপস্থিত হৈ দিল্লীৰ দৰবাৰত এই মৌলিক সমস্যাটো সজোৰে উত্থাপন কৰিব বুলি উল্লেখ নৱ-নিৰ্বাচিত সাংসদগৰাকীৰ ৷
খহনীয়াৰ বুজ ল'বলৈ লাহৰীঘাটত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ - লাহৰীঘাট
খহনীয়াৰ কবলত পৰা লাহৰীঘাট আৰু ভুৰাগাঁও ৰাজহ চক্ৰৰ ৬৮ খন ৰাজহ গাঁৱৰ ভুক্তভোগী ৰাইজৰ কাষত প্ৰদ্যুৎ বৰদলৈ ৷ দিল্লীৰ দৰবাৰত এই মৌলিক সমস্যাটো সজোৰে উত্থাপন কৰাৰ দাবী সাংসদগৰাকীৰ ৷
![খহনীয়াৰ বুজ ল'বলৈ লাহৰীঘাটত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3530211-thumbnail-3x2-bnkjnlk.jpg)
খহনীয়াৰ বুজ ল'বলৈ লাহৰীঘাটত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ
খহনীয়াৰ বুজ ল'বলৈ লাহৰীঘাটত উপস্থিত সাংসদ প্ৰদ্যুৎ বৰদলৈ
লাহৰীঘাটৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিৰ্দশনকালত সাংসদগৰাকীক সংগ দিয়ে সমষ্টিটোৰ কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলামে ।