মৰিগাঁৱত কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা - awareness
বুধবাৰে মৰিগাঁৱত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়াই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনজাগৰণ সভাত উপস্থিত থাকে
![মৰিগাঁৱত কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3804195-thumbnail-3x2-mori.jpg)
মৰিগাঁৱত কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰোধে সজাগতা সভা
মৰিগাঁও 11 জুলাইঃ বুধবাৰে মৰিগাঁৱত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়াই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনজাগৰণ সভাত উপস্থিত থাকে৷ এই অনুষ্ঠানতে কুল শইকীয়া,হীৰেণ নাথৰ প্ৰমুখ্যে কেইবাজনো আৰক্ষী বিষয়াই কুসংস্কাৰৰ আৰু অন্ধবিশ্বাস ৰ বিৰুদ্ধে ৰাইজক সজাগ হবলৈ আহ্বান জনায় ৷
মৰিগাঁৱত কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰোধে সজাগতা সভা
Last Updated : Jul 11, 2019, 9:42 AM IST