- মৰিগাঁৱৰ বৰঙাবাৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা
- গা ধুবলৈ গৈ পুখুৰীত পৰি ছাত্ৰৰ সলিল সমাধি
- ছাত্ৰজনৰ নাম ধীৰাজ বৰা বুলি জানিব পৰা গৈছে
- মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল ধীৰাজ
- ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ধীৰাজৰ মৃতদেহ মৰিগাঁৱত ছাত্ৰৰ সলিল সমাধি
মৰিগাঁৱত ছাত্ৰৰ সলিল সমাধি - student-dhiraj-bora
গা ধুবলৈ গৈ পুখুৰীত পৰি ছাত্ৰৰ সলিল সমাধি

মৰিগাঁৱত ছাত্ৰৰ সলিল সমাধি