অসম

assam

ETV Bharat / state

মৰিগাঁৱত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অগ্নিদগ্ধ ছাত্ৰ - মৰিগাঁৱত অগ্নিদগ্ধ ছাত্ৰ

প্ৰতিবাদ কৰিবলৈ আহি অগ্নিদগ্ধ এজন ছাত্ৰ ৷ প্ৰতীকী জ্বলাবলৈ জো-যা চলাওঁতেই গাত জুই লাগে ছাত্ৰজনৰ ৷

মৰিগাঁও
মৰিগাঁৱত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অগ্নিদগ্ধ ছাত্ৰ

By

Published : Dec 9, 2019, 3:31 PM IST

মৰিগাঁও, 9 ডিচেম্বৰঃ কেব বিৰোধী আন্দোলনৰ মাজতে মৰিগাঁৱত ভয়ংকৰ ঘটনা ৷ প্ৰতিবাদ কৰিবলৈ আহি অগ্নিদগ্ধ হয় এজন ছাত্ৰ ৷ প্ৰতীকী জ্বলাবলৈ জো-যা চলাওঁতেই গাত জুই লাগে ছাত্ৰজনৰ ৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে কেবৰ বিৰুদ্ধে ৰাজপথ অৱৰোধ কৰি দাহ কৰিব খুজিছিল প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি ৷ সেই সময়তে ভৈৰৱ ডেকা নামৰ ছাত্ৰজন অগ্নিদগ্ধ হয় ৷ ততাতৈয়াকৈ ছাত্ৰজনক ভৰ্তি কৰোৱা হয় মৰিগাঁও অসামৰিক চিকিৎসালয়ত ৷

মৰিগাঁৱত কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অগ্নিদগ্ধ ছাত্ৰ

ABOUT THE AUTHOR

...view details