মৰিগাঁৱত পথৰ দুৰৱস্থা - চৰকাৰ
মৰিগাঁৱৰ টেঙাগুৰি-অগ্নি নিৰ্বাপক বাহিনী সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে মৰিগাঁওবাসীয়ে পথটো নিজেই মেৰামতি কৰিলে
![মৰিগাঁৱত পথৰ দুৰৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3720350-thumbnail-3x2-opjpg.jpg)
মৰিগাঁৱত পথৰ দুৰৱস্থা
মৰিগাঁও,2জুলাই: মৰিগাঁৱৰ টেঙাগুৰি-অগ্নি নিৰ্বাপক বাহিনী সংযোগী পথৰ দুৰৱস্থা ৷ এজাক বৰষুণতেই পথটোত সৃষ্টি হোৱা দ-গাঁতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পথটোৰ মেৰামতিৰ বাবে অঞ্চলবাসীয়ে জনায় আহিছে ৷ কিন্তু চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলবাসীয়ে নিজেই পথটো মেৰামতিৰ বাবে ওলাই আহে ৷
মৰিগাঁৱত পথৰ দুৰৱস্থা
মৰিগাঁৱত পথৰ দুৰৱস্থা