মৰিগাঁও,10 ডিচেম্বৰঃ মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ ধাৰাবাহিক প্ৰচাৰ চলোৱাত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ কংগ্ৰেছী শিল্পীৰ । বৃহস্পতিবাৰে মৰিগাঁৱত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হয় । তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে মৰিগাঁৱৰ 20 নং বাৰপূজীয়া, 23 নং জৰাবাৰী আৰু 16 নং শলমাৰী পৰিষদীয় সমষ্টি জালুগুটিত কংগ্ৰেছে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ।
তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰিপুন বৰা - কংগ্ৰেছে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ
তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে মৰিগাঁৱৰ 20 নং বাৰপূজীয়া, 23 নং জৰাবাৰী আৰু 16 নং শলমাৰী পৰিষদীয় সমষ্টি জালুগুটিত কংগ্ৰেছে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে মৰিগাঁৱত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা।
তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ৱ্যস্ত ৰিপুন বৰা
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ শিল্পী বাবু বৰুৱা, নেকিব ,অজয় ফুকনকে ধৰি বহু কংগ্ৰেছী নেতাই ক্ৰমে অচ্যুত গাঁওখোৱাৰ হৈ বাৰপূজীয়া, ৰিতুমণি দাসৰ হৈ জৰাবাৰী আৰু নৰোত্তম ডেকাৰ হৈ জালুগুটিত বিশাল নিৰ্বাচনী প্ৰচাত অংশগ্ৰহণ কৰে ।
লগতে পঢ়কঃ শিৱসাগৰ আছুৰ CAA বিৰোধিতাৰে জোৰ সমদল