অসম

assam

মৰিগাঁৱত মুকলি আকাশ হোণ্ডাইৰ শ্ব'ৰূম

By

Published : Jun 4, 2019, 2:50 PM IST

হোণ্ডাইৰ 'Venue'ত বহু কেইটা স্মাৰ্ট প্ৰযুক্তি সংলগ্ন কৰা হৈছে বুলি উদ্বোধক আৰু নগাঁও শাখাৰ পৰিচালক গৰাকীয়ে উল্লেখ কৰে ৷

মৰিগাঁৱত মুকলি আকাশ হোণ্ডাইৰ শ্ব'ৰূম

মৰিগাঁও, 4 জুনঃ মৰিগাঁও চহৰস্থিত আকাশ হোণ্ডাই প্ৰতিষ্ঠানত মঙলবাৰে হোণ্ডাইৰ নতুন 'Compact Suv Venue'ৰ উদ্ধোধন কৰা হয় । বজাৰলৈ নতুনকৈ অহা এই বিলাসী বাহনখনৰ 'Suv Venue' উদ্বোধন কৰে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমে ।

মৰিগাঁৱত মুকলি আকাশ হোণ্ডাইৰ শ্ব'ৰূম

উল্লেখ্য যে, হোণ্ডাইৰ 'Venue'ত বহু কেইটা স্মাৰ্ট প্ৰযুক্তি সংলগ্ন কৰা হৈছে বুলি উদ্বোধক আৰু নগাঁও শাখাৰ পৰিচালক গৰাকীয়ে উল্লেখ কৰে ৷ নগাঁও-মৰিগাঁও পথত অৱস্থিত আকাশ হোণ্ডাইৰ শ্ব'ৰূমৰ এই মুকলি অনুষ্ঠানত আৰ্কষণীয় সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰে ৷

ABOUT THE AUTHOR

...view details