মৰিগাঁও, 8 ফেব্ৰুৱাৰী:জাগীৰোড ক্ৰীড়া সন্থাৰ উদ্যোগত জাগীৰোডত অনুষ্ঠিত হয় শিশুৰাম হাজৰিকা সোঁৱৰণি 4ৰ্থ বাৰ্ষিক সদৌ অসম চেইশ্বিন্কাই শ্বিট-ৰিঅ' কাৰাটে-2021 প্ৰতিযোগিতা। দেওবাৰে জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় প্ৰতিযোগিতাখন ৷
জাগীৰোডত অনুষ্ঠিত হ'ল চেইশ্বিন্কাই শ্বিট-ৰিঅ' কাৰাটে-2021 প্ৰতিযোগিতা - চেইশ্বিন্কাই শ্বিট-ৰিঅ' কাৰাটে
দেওবাৰে জাগীৰোড ক্ৰীড়া সন্থাৰ খেলপথাৰত জাগীৰোড ক্ৰীড়া সন্থাৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় চেইশ্বিন্কাই শ্বিট-ৰিঅ' কাৰাটে-2021 প্ৰতিযোগিতা ৷
![জাগীৰোডত অনুষ্ঠিত হ'ল চেইশ্বিন্কাই শ্বিট-ৰিঅ' কাৰাটে-2021 প্ৰতিযোগিতা জাগীৰোডত অনুষ্ঠিত হ'ল চেইশ্বিন্কাই শ্বিট-ৰিঅ' কাৰাটে-2021 প্ৰতিযোগিতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10539800-297-10539800-1612753516149.jpg)
জাগীৰোডত অনুষ্ঠিত হ'ল চেইশ্বিন্কাই শ্বিট-ৰিঅ' কাৰাটে-2021 প্ৰতিযোগিতা
কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীসকলৰ মাজত শাৰীৰিক,মানসিক বিকাশ,আত্মৰক্ষাৰ কৌশল আৰু ক্ৰীড়া সুলভ মনোভাব জগাই তোলাৰ উদ্দেশ্যৰে এই প্ৰতিযোগিতা আয়োজন কৰা হয় বুলি উদ্যোক্তা সকলে জনাইছে ৷ প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন অঞ্চল পৰা অহা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷