মৰিগাঁও,13 ডিচেম্বৰঃ তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনৰ বাবে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ অংশৰূপে দেওবাৰে মৰিগাঁৱৰ ১৬ নং শলমাৰী পৰিষদীয় সমষ্টিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নয়নমণি দেউৰীৰ নাচি-বাগি গীত গাই নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়িকা তথা জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাই ।
তিৱা স্বায়িত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ বিধায়িকা আঙুৰলতা ডেকাৰ
দেওবাৰে মৰিগাঁৱৰ ১৬ নং শলমাৰী পৰিষদীয় সমষ্টিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী নয়নমণি দেউৰীৰ সৈতে নাচি-বাগি গীত গাই নিৰ্বাচনী প্ৰচাৰ চলালে বিধায়িকা তথা জনপ্ৰিয় অভিনেত্ৰী আঙুৰলতা ডেকাই ।
তিৱা স্বায়িত্ব শাষিত পৰিষদৰ নিৰ্বাচনত পদুমৰ ছবিত ভোট দিবলৈ ৰৈ আছে ৰাইজঃ আঙুৰলতা ডেকা