মৰিগাঁও, 23 ছেপ্তেম্বৰঃৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰে প্ৰতিবাদ ৷ চাউল,দাইলকে আদি কৰি কেইবাটাও সামগ্ৰীক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা উঠাই দিয়াক কেন্দ্ৰ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে ৷ মৰিগাঁও চহৰৰ মাজমজিয়াৰ পুলিচ পইন্টত প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰিবলৈ ওলোৱাৰ সময়তেই মৰিগাঁও আৰক্ষীৰ এটা দলে আটক কৰে প্ৰতিবাদকাৰীসকলক ৷
মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী আটক - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বাতৰি
মৰিগাঁৱত আটক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী ৷ মৰিগাঁও চহৰৰ মাজমজিয়াৰ পুলিচ পইন্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যৰ এটা দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰিবলৈ ওলোৱাৰ সময়তেই মৰিগাঁও আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক ৷

মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী আটক
মৰিগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী আটক